下载 APKPure App
可在安卓获取Mahatlokar Jivani: Biographies的历史版本
详细阅读世界上伟大人物的传记
The "Mahatlokar Jivani" app is a biography of famous peoples who can be a source of inspiration. Read how each of them overcome challenges and obstacles to become successful in life. Life is and always will be full of challenges for these famous personalities, but they belief that they can do anything what they want with their persistence, determination, and courage.
অন্তর্ভুক্ত কৰা জীৱনীবোৰ:-
• মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ
• সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা
• ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা
• ড° ভূপেন হাজৰিকা
• বিষ্ণুপ্ৰসাদ ৰাভা
• ৰজনীকান্ত বৰদলৈ
• পদ্মনাথ গোহাঞিবৰুৱা
• গোপীনাথ বৰদলৈ
• সত্যনাথ বৰা
• ড০ সূৰ্যকুমাৰ ভূঞা
• হেমচন্দ্ৰ বৰুৱা
• হেমচন্দ্ৰ গোস্বামী
• বাণীকান্ত কাকতি
• যতীন্দ্ৰনাথ দুৱাৰা
• কৃষ্ণাকান্ত সন্দিকৈ
• অম্বিকাগিৰী ৰায়চৌধুৰী
• আনন্দৰাম ঢেকিয়াল ফুকন
• আনন্দৰাম বৰুৱা
• মণিৰাম দেৱান
• নলিনীবালা দেৱী
• কল্পনা চাওলা
• জৰ্জ বাৰ্ণাৰ্ড শ্ব
• উইলিয়াম শ্বেক্সপীয়েৰ
• ষ্টিফেন উইলিয়াম হকিং
আজি যুগ সলনি হল । মবাইল টিপিয়ে সকলো পোৱা যুগতো ইণ্টাৰনেট মাধ্যমত এতিয়াও অসমীয়া ভাষাই খলকনি কৰিব পৰা নাই। কবলৈ দুখৰ কথা যদিও এতিয়াও নিজ ভাষাত কোনো উৎকৃষ্ট মানদণ্ডৰ Software বা App বনোৱা হোৱা নাই । AXOMPRIDE DIGISOLUTIONS এ যুগৰ প্ৰতি লক্ষ্য ৰাখি "মহৎ লোকৰ জীৱনী " নামৰ এটি App বনোৱা হৈছে। এইটো App ত আমি জীৱন যাত্ৰাত সফল হোৱা মহৎ লোকসকলৰ জীৱনী আগবঢ়াবলৈ প্ৰয়াস কৰিছো, সংগৃহীত জীৱনীসমূহ আপোনালোকৰ যথেষ্ট সহায়ক হব।
Last updated on 2020年06月09日
Minor bug fixes and improvements. Install or update to the newest version to check it out!
Mahatlokar Jivani: Biographies
1.0 by Axompride Digisolutions
2020年06月09日