APKPure Appを使用する
islamEncの旧いバージョンをダウンロードすることが可能
অসমীয়াভাষাতইছলামসম্পর্কেজ্ঞানন
ভিজন:
ইন্টাৰনেটতঅসমীয়াভাষাতইছলামসম্পর্কেজ্ঞানকোষপ্ৰস্তুতকৰা。
মিচন:
islamEnc.inএটিদাৱাতি、গৱেষণাধর্মীআৰুশিক্ষামূলকএপ্লিকেচনআৰুৱেবছাইট。 ইয়াৰলক্ষ্যহৈছে-ইছলামৰমূলগ্ৰন্থবোৰৰঅনুবাদতথাবিভিন্নমছলামাছাইলসম্পর্কীয়প্রশ্নাৱলীৰগৱেষণানির্ভৰ、দলিলভিত্তিকআৰুযিমানদূৰসম্ভৱবিস্তাৰিতআৰুসহজভাষাতউত্তৰপ্রদানকৰা。 এইএপ্লিকেচনআৰুৱেবছাইটৰসকলোতথ্যতত্ত্বাৱধানকৰেশ্বাইখৰফিকুলইছলামবিনহাবীবুৰৰহমান(হাফিযাহুল্লাহ্)চাহাবে。 এইএপ্লিকেচনেমুছলিম-অমুছলিমসকলোপ্রশ্নকাৰীৰইছলামিকশ্বৰীয়াহসম্পর্কীয়অথবামনস্তাত্বিকআৰুসামাজিকযিকোনোপ্রশ্নকআদৰণিজনায়。
লক্ষ্য-উদ্দেশ্য:
১)কোৰআনৰঅসমীয়াঅনুবাদসহজলভ্যকৰ
২)বুখাৰীমুছলিমকেআদিকৰিহাদীছৰঅন্যান্যগ্ৰন্থবোৰৰঅসমীয়াঅনুবাদউপলব্ধকৰা。
3)অসমীয়াভাষাতঅনুবাদহোৱানিৰ্ভৰযোগ্যইছলামীকিতাপসমূহপাঠকৰবাবেসহজলভ্যকৰা。
৪)ইছলামপ্রচাৰআৰুদাৱাতপ্ৰদান。
৫)ইছলামীজ্ঞানৰপ্রসাৰআৰুমুছলমান
6)কাউন্সেলিংআৰুদলিলভিত্তিকশ্বাৰয়িপ্রশ্নোত্তৰপ্রদানৰমাধ্যমতমানুহৰচাহিদাপূৰণ。
7)ইছলামসম্পর্কেসন্দেহসৃষ্টিকাৰীব্যক্তিবর্গৰসন্দেহ-সংশয়ৰউত্তৰপ্রদান。
8)জ্ঞানগত、শিক্ষাগতআৰুসামাজিকপৰামর্শপ্ৰদানৰমাধ্যমতজীৱনঘনিষ্ঠবিভিন্নবিষয়তমানুহকদিশ-নির্দেশনাপ্রদান。
ৱেবছাইটৰনীতি:
এইএপ্লিকেচনতথাৱেবছাইটেআহলেছুন্নতঅল-জামাআতৰআকিদাআৰুছালাফেচলেহীনৰঅনুসৰণৰপ্রচাৰকৰে。 এইৱেবছাইটেসর্বোচ্চচেষ্টাকৰে、যাতেতথ্যসমূহগ্রন্থিতহয়কোৰআন-ছুন্নাহৰদলিলভিত্তিকআৰুগৃহীতহয়ইমামআবুহানিফা(ৰাহিমাহুল্লাহ)、ইমামমালিক(ৰাহিমাহুল্লাহ)、ইমামশ্বাফেয়ী(ৰাহিমাহুল্লাহ)আৰুআহমাদবিনহাম্বল(ৰাহিমাহুল্লাহ)ৰমাজহাবচতুষ্টয়ৰআলিমসকলৰবক্তব্য、পূৰ্বৱৰ্তীআৰু পৰবৰ্তীঅন্যান্যআলিমসকলৰবাণী、ফিকাহকাউন্সিলসমূহৰসিদ্ধান্তৱলীআৰুইছলামীজ্ঞানৰবিভিন্নশাখাতপাৰদর্শীতালিবুলইল্মসকলৰমতামতৰপৰা。
এইৱেবছাইটেঅযথাতর্ক、গালি-শপনি、অশোভনীকথাআৰুনিষ্ফলবিবাদইত্যাদিএৰাইচলে、যিবোৰতকোনোধৰণৰকল্যাণনাই。 আল্লাহৰওচৰতদুআকৰোঁতেওঁযেনআমাকএইপথতঅবিচলৰাখে、হিদায়তৰওপৰতসুদৃঢ়ৰাখেআৰুতেওঁযিপছন্দকৰেআৰুভালপায়আমাকযাতেসেইটোকৰিবলৈতাওফীকপ্ৰদানকৰেআমি。
Copyright©2021islamEnc.in
Last updated on 2024年01月02日
The islamEnc.in is a dawah, academic and educational Website & App. The goal is to translate the fundamental books of Islam as well as offer advice and academic answers based on evidence from religious texts in an adequate and easy-to-understand manner. All contents of islamEnc are supervised by Shaykh Rafiqul Islam bin Habibur Rahman (may Allah preserve him). The App & Website welcomes questions from everyone, Muslims and otherwise, about Islamic, psychological and social matters.
投稿者
Gibran Ramadhan
Android 要件
Android 4.4+
カテゴリー
報告
islamEnc
1.0 by islamEnc
2024年01月02日